শান্তি বিয়াশান্তি-কৰ্ম

শান্তি হোৱা (Assamese) [ Roman: xan.ti ho`.wa]
Contributed by: Bikram M Baruah on 2009-07-16
1. (Abstract Noun) First Menstruation of a young girl. It is one of the later stages of puberty in girls. By which a girl capable of sexual reproduction of offspring: in common law. The average age of menarche in female is 12 years, but it is looks normally anywhere between ages 8 and 16 years. ছোৱালীৰ প্ৰথম ৰাজস্বলা হোৱা অৱস্হা ৷ সাধাৰণতে ১২ বছৰ বয়সত ছোৱালীৰ কন্যাকাল প্ৰাপ্তি হয়৷ যাৰ দ্বাৰা এজনী ছোৱালীয়ে সন্তান জন্ম দিয়াৰ ক্ষমতা লাভ কৰে ৷